যিখন গাঁৱত ছোৱালী জন্ম হ'লে ১১১ ডাল গছ ৰোপণ কৰা হয়

Share:

Himanka Kakoti

যিখন গাঁৱত ছোৱালী জন্ম হ'লে ১১১ ডাল গছ ৰোপণ কৰা হয়

Education

যিখিনি সময়ত ৰাতিপুৱা ফেচবুক খুলি ল'লেই দেখিবলৈ পায় আপুনি দেশৰ বিভিন্ন বেয়া খবৰ।সেই সময়তেই আহক আমি যাওঁ ৰাজস্হানৰ এখন গাঁৱলৈ য'ত ছোৱালী জন্ম হ'লেই ১১১ ডাল গছ ৰোৱা হয়✌