জিলাই জিলাই পাম অইলৰ খেতি! অসমৰ কৃষকে কি পাব? তেল নে চকুপানী?
News
অসমৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্ততো পাম অইলক লৈ বিতৰ্ক অব্যাহত আছে। বিতৰ্ক আৰু সম্ভাৱনাৰ মাজতে পাম অইলৰ খেতিৰ পৰা অনাগত দিনত ভাৰত তথা অসমৰ কৃষকসকলে লাভৰ মুখ দেখাকৈ লিটাৰে লিটাৰে তেল পাবলৈ সমৰ্থ হয় নে চকুলোহে টুকিবলগীয়া হয় সেয়া সময়েহে!

